বিত্ত মন্ত্ৰালয়

ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে নতুন দিল্লীৰ এইমছলৈ এচ পি এম চি আই এলৰ ১,৯৮,৬৭,৬৮০ টকাৰ বৰঙণি

प्रविष्टि तिथि: 01 APR 2020 5:54PM by PIB Guwahati

ছিকিউৰিটি প্ৰিন্টিং আৰু মিন্টিং কৰ্পোৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড, চমুকৈ এচ পি এম চি আই এলে তেওঁলোকৰ সামাজিক দ্বায়িত্ব (চি এচ আৰ)ৰ পদক্ষেপ হিচাপে নতুন দিল্লীৰ এইমছলৈ ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে প্ৰয়োজনীয় ৪৫ টা ভেন্টিলেটৰ আৰু আন কিছু অতি প্ৰয়োজনীয় সা-সৰঞ্জাম ক্ৰয় কৰিব পৰাকৈ  ১,৯৮,৬৭,৬৮০ (এক কোটি আঠানব্বৈ লাখ সাতষষ্ঠি হাজাৰ ছশ আশী) টকাৰ বৰঙণি আগবঢ়ায়। 

****

RM/KMN/PRK


(रिलीज़ आईडी: 1610060) आगंतुक पटल : 120
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , हिन्दी , Bengali , Gujarati , Tamil , Telugu