ৰেচম মন্ত্ৰালয়
‘মেডিকেল টেক্সটাইল’ৰ উত্পাদন আৰু যোগানৰ বাবে জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষ স্থাপন বস্ত্ৰ মন্ত্ৰালয়ৰ
Posted On:
25 MAR 2020 8:18PM by PIB Guwahati
ক’ভিড-১৯ৰ চিকিত্সাৰে জড়িত ‘মেডিকেল টেক্সটাইল’ অৰ্থাত বিভিন্ন ধৰণৰ বস্ত্ৰ নিৰ্মিত সা-সামগ্ৰী(এন-৯৫ মাস্ক, ব’ডী ক’ভাৰেল আৰু মেল্টব্ল’ন ফেব্ৰিক আদি)ৰ উত্পাদন আৰু যোগান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে এটা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে।
বিশেষ সচিব শ্ৰী পি কে কাটাৰিয়া(মোবাইল নং 9818149844)ৰ তত্বাধানত নিয়ন্ত্ৰণ কক্ষটোৰ কাম-কাজ পৰিচালিত হ’ব। এই কক্ষত বস্ত্ৰ মন্ত্ৰালয়ৰ নিম্নোল্লিখিত বিষয়াসকলে সহযোগিতা আগবঢ়াব:
ক্ৰমিক নং
|
নাম
|
পদবী
|
মোবাইল নং
|
1
|
নীহাৰ ৰঞ্জন দাস
|
যুটীয়া সচিব
|
9910911396
|
2
|
এইচ কে নন্দা
|
সঞ্চালক
|
9437567873
|
3
|
বলৰাম কুমাৰ
|
সঞ্চালক
|
9458911913
|
4
|
পংকজ কুমাৰ সিং
|
উপ সচিব
|
9555758381
|
5
|
পদ্মপাণি বৰা
|
উপ সচিব
|
9871070834
|
তৃণমূল পৰ্যায়ত কাম-কাজৰ তদাৰকী আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰা বিষয়াসকল হৈছে:
ক্ৰমিক নং
|
নাম
|
পদবী
|
মোবাইল নং
|
1
|
মলয় চন্দন চক্ৰৱৰ্তী
|
বস্ত্ৰ আয়ুক্ত, মুম্বাই
|
8910267467
|
2
|
ৰঞ্জিত ৰঞ্জন ওখণ্ডিয়াৰ
|
সদস্য সচিব,
কেন্দ্ৰীয় ছিল্ক বোৰ্ড, বাংগালোৰ
|
7987331656
|
3
|
অজিত বি চৱন
|
সচিব, বস্ত্ৰ সমিতি, মুম্বাই
|
9958457403
|
‘মেডিকেল টেক্সটাইল’(এন-৯৫ মাস্ক, ব’ডী ক’ভাৰেল আদি)ৰ যোগানৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হোৱা সকলে এইসকল বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব।
***
SB/KB
(Release ID: 1608321)