গৃহ মন্ত্ৰালয়

গৃহ মন্ত্ৰালয়ে ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ বাবে ৰাষ্ট্ৰজোৰা লক্-ডাউনৰ বিষয়ে নিৰ্দেশনাসমূহৰ পৰিশিষ্ট জাৰী কৰিছে

অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাক ৰেহাই দিয়া হৈছে

Posted On: 25 MAR 2020 7:56PM by PIB Guwahati

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (এমএইচএ) ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰজোৰা লক্-ডাউনৰ বিষয়ে সকলো মন্ত্ৰালয়, বিভাগসমূহলৈ নিৰ্দেশনাৰ এক পৰিশিষ্ট (https://pib.gov.in/PressReleseDetail.aspx?PRID=1607997) জাৰী কৰিছে৷

এই পৰিশিষ্টত ২১ দিনীয়া লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাসমূহক ৰেহাই দিয়া হৈছে৷ ইয়াক তলত দিয়া লিংকৰ পৰা চাব পাৰি৷

মূল নিৰ্দেশনা তথ্য

নিৰ্দেশনাৰ পৰিশিষ্ট

*****

VG/SNC/VM/MANN



(Release ID: 1608297) Visitor Counter : 194