প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভুটানৰ প্ৰধানমন্ত্রীক কৃতজ্ঞতা জনালে প্ৰধানমন্ত্রীয়ে

Posted On: 20 MAR 2020 11:45PM by PIB Guwahati

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ সাহায্য আগবঢ়োৱাৰ বাবে ভূটানৰ প্ৰধানমন্ত্রী ড০ লোটে শ্বেৰিঙক ধন্যবাদ জনায়৷

 

প্ৰধানমন্ত্রীয়ে কয়,ভূটান চৰকাৰৰ হৈ ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ আগবঢ়োৱা কৰা এক লাখ মার্কিন ডলাৰ সাহায্যৰ বাবে ড০ লোটে শ্বেৰিঙক কৃতজ্ঞতা জনাইছো৷ ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ঐক্যবদ্ধ যুঁজত ছার্ক নেতৃবৃন্দই যি উদ্যোগ লৈছে সেয়া প্ৰশংসনীয়।

***

VRRK/ VJ/DB



(Release ID: 1608104) Visitor Counter : 83