প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নৱৰোজ উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 20 MAR 2020 4:16PM by PIB Guwahati

নৱৰোজ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশবাসীকে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, “নৱৰোজৰ শুভেচ্ছা জনাইছো! অনাগত বছৰটো যেন সকলোৰে বাবে সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে। দেশৰ প্ৰতিগৰাকী লোক সুস্বাস্থ্যৰ অধিকাৰী হওঁক আৰু তেওঁলোকৰ আশা-আকাঙ্খাবোৰ পূৰণ হওঁক।”

 

 

***

VRRK/ VJ/RD


(रिलीज़ आईडी: 1607457) आगंतुक पटल : 102
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , हिन्दी , Punjabi , Gujarati , Odia , Tamil , Malayalam