প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হোলী উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 10 MAR 2020 8:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰং, উসাহ আৰু আনন্দৰ উসৱ হোলী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, এই উসৱে দেশৰ সকলোৰে জীৱনলৈ আনন্দ কঢ়িয়াই আনক, তাকে কামনা কৰিলো৷

***

VRRK/AK/DB


(रिलीज़ आईडी: 1605904) आगंतुक पटल : 112
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam