প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৌ সেনা দিৱসত নৌ বাহিনীক ছেল্যুট প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
04 DEC 2019 1:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৌ সেনা দিৱস উপলক্ষে নৌ বাহিনীৰ জোৱানসকলক ছেল্যুট জনাইছে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “নৌ সেনা দিৱসত আমি আমাৰ সাহসী নৌ সেনা জোৱানসকলক ছেল্যুট জনাইছো৷ তেওঁলোকৰ মুল্যবান সেৱা আৰু ত্যাগে আমাৰ দেশখনক শক্তিশালী আৰু নিৰাপদে ৰাখিছে৷”
****
VRRK/KP/DB
(ৰিলিজ আই ডি : 1595129)
অতিথি কক্ষ : 126