প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহামহিম শ্বেইখ ছুলতান বিন জায়েদ আল নাহিয়ানৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 19 NOV 2019 11:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম শ্বেইখ ছুলতান বিন জায়েদ আল নাহিয়ানৰ বিয়োগত সংযুক্ত আমীৰশ্বাহীৰ ৰাষ্ট্ৰপতিলৈ গভীৰ শোকবাৰ্তা প্ৰেৰণ কৰিছে৷ তেওঁ লগতে কয়, এই শোকৰ মুহূৰ্তত আমি আল নাহিয়ানৰ পৰিয়ালবৰ্গৰ লগতে সংযুক্ত আমীৰশ্বাহী (ইউএই)বাসীলৈ আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা জনাইছো৷

***

VRRK/AK/DB



(Release ID: 1592308) Visitor Counter : 73