প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জাম্বিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত বিনিময় হোৱা বুজাবুজিৰ চুক্তিপত্ৰৰ তালিকা
प्रविष्टि तिथि:
21 AUG 2019 3:00PM by PIB Guwahati
|
ক্ৰমিক নং
|
বুজাবুজিৰ চুক্তিপত্ৰ/সন্ধিৰ নাম
|
জাম্বিয়াৰ পৰা বিনিময় হোৱা সমূহ
|
ভাৰতৰ পৰা বিনিময় হোৱা সমূহ
|
|
১
|
ভূতত্ব আৰু খনিজাত সম্পদৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ
|
মাননীয় ৰিচাৰ্ড মুছুকাৱা, খনি আৰু খনিজাত সম্পদ বিভাগৰ মন্ত্ৰী
|
শ্ৰী প্ৰহ্লাদ যোশী, সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি বিভাগৰ মন্ত্ৰী
|
|
২
|
প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ
|
মাননীয় যোছেফ মালানজি, বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী
|
শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
|
|
৩
|
কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ
|
মাননীয় যোছেফ মালানজি, বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী
|
শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
|
|
৪
|
ফৰেন ছাৰ্ভিচ ইন্সটিটিউট অব্ ইণ্ডিয়া আৰু জাম্বিয়ান ইন্সটিটিউট অব্ ডিপ্ল’মেচী এণ্ড ইণ্টাৰনেচনেল ষ্টাডীজৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ
|
মাননীয় যোছেফ মালানজি, বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী
|
শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
|
|
৫
|
ই ভি বি এ বি নেটৱৰ্ক প্ৰকল্পৰ বুজাবুজিৰ চুক্তিপত্ৰ
|
মাননীয় যোছেফ মালানজি, বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী
|
শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
|
|
৬
|
ভাৰতীয় নিৰ্বাচন আয়োগ আৰু জাম্বিয়াৰ নিৰ্বাচন আয়োগৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ
|
মাননীয় ন্যায়াধীশ ইচাউ চুলু, অধ্যক্ষ, জাম্বিয়াৰ নিৰ্বাচন আয়োগ
|
শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
|
***
VRRK/SH/AK/MANN
(रिलीज़ आईडी: 1582571)
आगंतुक पटल : 141