প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুৰু পূৰ্ণিমা উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 16 JUL 2019 1:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে৷

‘‘সমূহ দেশবাসীলৈ গুৰু পূৰ্ণিমাৰ আন্তৰিক শুভকামনা থাকিল৷

গুৰু পূৰ্ণিমাৰ এই পবিত্ৰ ক্ষণত আমি আমাৰ গুৰুসকলৰ প্ৰতি শিৰ দোৱাইছো যিয়ে আমাৰ সমাজখনক প্ৰেৰণা দিয়াত তথা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

https://pbs.twimg.com/profile_images/1134082549041393672/QbihPzrL_normal.png

 

নৰেন্দ্ৰ মোদী

@নৰেন্দ্ৰমোদী

 

 

 

সমূহ দেশবাসীলৈ গুৰু পূৰ্ণিমাৰ আন্তৰিক শুভকামনা থাকিল৷

#গুৰু পূৰ্ণিমাৰ এই পবিত্ৰ ক্ষণত আমি আমাৰ গুৰুসকলৰ প্ৰতি শিৰ দোৱাইছো যিয়ে আমাৰ সমাজখনক প্ৰেৰণা দিয়াত তথা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

 

 

***

AKT/SH/MANN



(Release ID: 1579052) Visitor Counter : 61