কেবিনেট

ইউপিএছচি আৰু চিএছচিএমৰ মাজৰ বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 07 MAR 2019 2:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিছন (ইউপিএছচি) আৰু মংগোলিয়াৰ চিভিল ছাৰ্ভিচ কাউন্সিল (চিএছচিএম)ৰ মাজৰ বুজাবুজিৰ চুক্তিপত্ৰক অনুমোদন প্ৰদান কৰিছে৷

এই বুজাবুজিৰ চুক্তিপত্ৰই চিএছচিএম আৰু ইউপিএছচিৰ মাজৰ বিদ্যমান সম্পৰ্কক শক্তিশালী কৰিব৷ ইয়াৰ দ্বাৰা কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত দুয়োটা দলত অভিজ্ঞতা আৰু বিশেষজ্ঞৰ বিনিময় সম্ভৱ হব৷

*****


AKT/SH/MANN



(Release ID: 1568608) Visitor Counter : 70