প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দক্ষিণ কোৰিয়া ভ্ৰমণকালত ভাৰত-দক্ষিণ কোৰিয়া বাণিজ্যিক সন্মিলনত প্রধানমন্ত্রীৰ ভাষণ

Posted On: 21 FEB 2019 12:31PM by PIB Guwahati

মাননীয়,

ইয়ুনমো ঝাং, বাণিজ্য, শিল্প আৰু শক্তি মন্ত্রী,

বিশিষ্ট বাণিজ্যিক নেতৃবৃন্দ,

বন্ধুসকল,

সকলোকে অভিনন্দন জনাইছোছিউ আজি আপোনালোকৰ সৈতে এনেদৰে মিলিত হ’বলৈ পাই মই অতি আনন্দিত হৈছোমাত্র ১২ মাহতে দক্ষিণ কোৰিয়াৰ বাণিজ্যিক নেতৃবর্গৰ সৈতেয়া মোৰ তৃতীয়টো সাক্ষাৎ। আমাৰ সদিচ্ছা বহুদক্ষিণ কোৰিয়াৰ পৰা ভাৰত ব্যসা-বাণিজ্য আৰু বিনিয়োগ যাতে বৃদ্ধি পায়, সে বিষয়ে কথা পাতিবলৈ মই অত্যন্ত আগ্রহী। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী ছিল তেতিয়াও দক্ষিণ কোৰিয়া ভ্ৰমণৰিছিলোদক্ষিণ কোৰিয়া মোৰ বাবে অর্থনৈতিক বিকাশৰ আদর্শস্বৰূপ।

বন্ধুসকল,

১২৫ কোটি জনসংখ্যাৰ দেশ ভাৰতে সম্প্ৰতি ক্ষীপ্ৰ ৰিবর্তনৰ মাজেৰে আগবাঢ়িছে।

  • ভাৰত কৃষি প্রধান অর্থনীতিৰ দেশৰ পৰা উদ্যোগ আৰু সেৱাভিত্তিক অর্থনীতিৰ দিশে আগবাঢ়িছে
  • ই এনে এক অর্থনীতি যি সমগ্ৰ বিশ্বৰ সৈতেই একত্রিত হৈ আছে।
  • ই এনে এক অর্থনীতি যি, ৰঙাফিটাৰ মেৰপেচৰ পৰা মুক্ত হৈ ৰঙা কাৰ্পেটৰ দিশে আগুৱাইছে।

ভাৰত সম্প্ৰতি যথেষ্ট সুযোগ বৃদ্ধি পাইছেআমি ভাৰতৰ স্বপ্নক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে যেতিয়া কাৰো, তেতিয়া আমাৰ সহযোগী হিচাপে আমি বিচাৰো সম-মানসিকতাসম্পন্ন সহযোগী। এনেক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে দক্ষিণ কোৰিয়া প্রকৃততেই ভাৰতৰ সহযোগী হোৱা বাবে যোগ্য দেশ। ভাৰত, দক্ষিণ কোৰিয়াৰ ১০টা বাণিজ্যিক সহযোগী দেশৰ এখন আৰু দক্ষিণ কোৰিয়াৰ পণ্য ৰপ্তানিৰ ষষ্ঠ বৃহত্তম লক্ষ্যস্থান। ২০১৮ চনত আমাৰ বাণিজ্যৰ পৰিমাণ ছিল ২১.৫ বিলিয়ন ডলাৰসুসংহত অর্থনৈতিক অংশীদাৰিত্বভিত্তিক চুক্তিখনকৰু অধিক উন্নত কৰিবলৈ আলাপ-আলোচনা কৰিব লাগিব, যাতে দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত ৫০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিব পৰা যায়। উল্লেখ্য যে ভাৰত দক্ষিণ কোৰিয়াৰ বিনিয়োগৰ পৰিমাণ ৬ বিলিয়ন ডলাৰ

বন্ধু সকল,

২০১৫ চনত মোৰ দক্ষিণ কোৰিয়া ভ্ৰমণৰ পিছতমি সেই দেশখনক সহযোগিতাৰ বাবে ইনভেষ্ট ণ্ডিয়াৰ অধীন কোৰিয়া প্লাকোষ এটা আৰম্ভ কৰিছিলো। হুণ্ডা, ছেছাং, এলজি ইলেক্ট্রনিক্স ভাৰততিয়া নির্ভৰযোগ্য ব্ৰেণ্ডত পৰিণত হৈছে। ইয়াৰ মাজতে অচিৰেভাৰতীয় বজাৰৰ সৈতে জড়িত হ’ব KIA ব্ৰেণ্ড। ভাৰত দক্ষিণ কোৰিয়াৰ ৬০০টা বাণিজ্যিক সংস্থা বিনিয়োগ ৰিছে। আমি দক্ষিণ কোৰিয়াৰ পৰা আৰু অধিক বিনিয়োগ আশা কৰোইয়াৰ বাবে, দক্ষিণ কোৰিয়াৰ নাগৰিসকলৰ বাবে ভিছা-অন-এৰাইভেলৰ ব্যস্থা কৰাৈছে ২০১৮ চনৰ অক্টোবৰৰ পৰা। আমি ভাৰত দক্ষিণ কোৰিয়াৰ বাণিজ্যিক দপ্তৰবোৰৰৰু অধিক উপস্থিতি কামনা কৰোঅদূৰ ভৱিষ্যতে ভাৰত ৫ ট্রিলিয়ন ডলা অর্থনীতিৰ দেশ হোৱাৰ দিশে ক্ষীপ্ৰতাৰে আগবাঢ়িছে। পণ্য-সেৱা কৰ (জিএটি) ইতিমধ্যেই আৰম্ভ কৰা হৈছে। বিশ্ব বেংকৰ ব্যসা-বাণিজ্য কৰা সুচলতাৰি ৰেংকিং পদ্ধতি ছে, তাত ভাৰত ৬৫ টা স্তৰ আগুৱাই বৰ্তমান ৭৭ নং স্থানতপনীত হছে। অহাবছৰ আমি ব্যসা-বাণিজ্য কৰা সুচলতাৰ দিশেৰে শীৰ্ষ ৫০ৰ ভিতৰত স্থান অধিকাৰ কৰাৰ লক্ষ্য হাতত লৈছো। বর্তমান প্রত্যক্ষ বিদেশ বিনিয়োগৰ ক্ষেত্র আমাৰ দুৱাৰ মুকলি। বিগত চাৰি বছৰত আমি ২৫০ বিলিয়ন ডলাৰ প্রত্যক্ষ বিদেশ বিনিয়োগ দেশলৈ আনিবলৈ সক্ষম হৈছো।

বন্ধুসকল,

মি অৰ্থনৈতিক অন্তর্ভুক্তিৰ ক্ষেত্ৰতো যথেষ্ট উদ্যমেৰে আগবাঢ়িছো। বিগত তিনিটা বছৰত আমি সেইসকল লোকৰ প্ৰায় ৩০ কোটি বেংক কাউন্ট খুলিবলৈ সক্ষম হৈছো, যিসকলৰ কেতিয়াও কোনো বেংক একাউণ্টেই নাছিল। এতিয়া ভাৰতীয় পৰিয়ালসমূহৰ ৯৯ শতাংশৰেই বেংক একাউন্ট আছে আৰু এই কাউন্টবোৰত ১২ বিলিয়ন ডলাৰতকৈঅধিক ধন জমা হৈছে। বিগত তিনি বছৰত মুদ্রাযোজনাৰে আমি ৯০ বিলিয়ন ডলাৰ মূল্যেৰ ক্ষুদ্র ঋণ দেশৰ ১২ কোটি ৮০ লাখ লোকক দিব পাৰিছো। ইয়াৰ মাজতে, ৭৪ শতাংশ ঋণ দিয়া হছে মহিলাসকলকমি বায়মেট্রিক ব্যস্থাৰ লগতে, বেংক কাউন্ট আৰু মোবাইল ফোনৰ সুবিধা প্ৰদান কৰিছো, যাতে সঠিকধৰণে তেওঁলোকক সেৱা আগবঢ়াব পাৰি, যিসকলে ইমান দিনে কেতিয়াও বেংক ব্যস্থাৰ আওতা নাছিলগ্রামীণ বৈদ্যুতিকৰণৰ ক্ষেত্রতো আমি যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছো। ভাৰত বর্তমান আন্তর্জাতিক শক্তি সংস্থাৰ দ্বাৰান্মান লাভৰ যোগ্য, কিয়নো ভাৰতৰ বহু গাওঁ ২০১৮ চন ভিতৰত বৈদ্যুতিকীকৰণৰ আওতালৈ আহিছে। এই উদ্যোগ আৰু তাৰ লগতে আন্তর্জাতিক সৌৰ মৈত্ৰী ঢ়ি তোলাৰ ক্ষেত্ৰত যি উদ্যোগ গ্ৰহণ কৰাছে তাত গ্র গ্লোবল ইকনমসৃষ্টিৰ পথিকৃৎ হ পৰিব ভাৰত।

বন্ধু সকল,

অর্থনৈতিক প্রগতিৰ লগতে প্রত্যক্ষভাৱে জড়িত হৈ আছে বিশ্বমানৰ আন্তঃগাঁথনি সেয়া ৰিবহনেই হওঁ, বা বিদ্যুৎ অথবা বন্দৰ কিম্বা জাহাজ নির্মাণ অথবা নগৰ আন্তঃগাঁথনিয়েই হওঁকভাৰতত এইবোৰৰ বিপুল চাহিদা আছে আৰু তাৰ সমান্তৰালকৈ দক্ষিণ কোৰিয়াৰ আছে বৃহৎ প্রযুক্তিগত ক্ষমতা। আমাৰ হিচাপ মত, ভাৰত ২০২২ চনৰ ভিতৰত আন্তঃগাঁথনি ক্ষেত্র ৭০০ বিলিয়ন ডলাৰ ধন বিনিয়োগৰ প্রয়োজনীয়তা আছেসাগৰমালাপ্রকল্পৰ অন্তর্গত কিছু বন্দৰ প্রকল্প চিহ্নিত কৰাছে য’ত গন্তুক পাচ বছৰত ১০ বিলিয়ন ডলাৰ বিনিয়োগৰ সুযোগ আছে২০২৫ চনৰ ভিতৰত ভাৰতৰ ৫০ কোটিতকৈও অধিক জনসংখ্যা নগৰকেন্দ্রিক হ পৰিব আৰু ইয়াৰ ফলতে ভাৰত স্মার্ট লিউশ্যন গঢ়ি তোলাৰ বাবে সহযোগিতাৰ বিপুল সম্ভানা সৃষ্টিভাৰতৰিকাঠামোমূলক উন্নয়ন সহযোগিতা ৰাৰ গুৰুত্ব অনুধান কৰি ভাৰত আৰু দক্ষিণ কোৰিয়া, দক্ষিণ কোৰিয়াৰ অর্থনৈতিক উন্নয়ন সহযোগিতা আৰু ৰপ্তানি ঋণৰ অধীন প্রকল্পবোৰ আর্থিক সাহায্য প্ৰদানৰ বাবে ১০ বিলিয়ন ডলাৰ ব্যয় নির্ধাৰণ কৰা হৈছে।

বন্ধু সকল,

চতুর্থ শিল্প বিপ্লৱৰ যুগৱেষণা আৰু উদ্ভা গুৰুত্বপূর্ণ ভূমিকা পালন কৰি ইয়াৰ বাবে আমি ফ্লেশ্বিকাৰ্যসূচী ষ্টার্ট-আপ ইণ্ডিয়াআৰম্ভৰিছো আৰু এই কাৰ্যসূচীবাবে চাৰি বছৰত ১.৪ বিলিয়ন ডলাৰ ধন প্ৰদান কৰাৰ প্রস্তা আগবঢ়োৱা হৈছে, যাতে ভাৰত ষ্টার্ট-আপ ব্যস্থা আৰম্ভ কৰিব পাৰি। প্রেছিডেন্ট মুনৰ নেতৃত্ব দক্ষিণ কোৰিয়া ২০২০ চনভিতৰত ৯.৪ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ এটা কাৰ্যসূচ কথা জনাইছে, যাতে ষ্টার্ট-আপ উদ্যোগবোৰৰ মূলধনৰ প্রয়োজন বৃহৎ মাত্ৰাত পূৰণ কৰিব পাৰি। টা ভাৰত-কোৰিয়া ষ্টার্ট-আপ কেন্দ্র গঢ়ি তোলাৰ বাবে মই এটা সপোন দেখি, যি দক্ষিণ কোৰিয়াৰ ষ্টার্ট-আপ উদ্যোগ আৰু ভাৰতৰ মেধাৰ মাজত সংযোগ ঢ়ি তোলাৰ ক্ষেত্র এক কেন্দ্ৰ হিচাপে কাম কৰিছাউথ কোৰিয়ান নেশ্যল আই টি ণ্ডাষ্ট্ৰি প্রমোশ্যন এজেন্সি বেঙ্গালুৰুইয়াৰ এক ভাৰতীয় শাখা খুলিছে যাতে ভাৰত দক্ষিণ কোৰিয়াৰ ষ্টার্ট-আপ আৰম্ভ কৰিব পৰা যায়। উদ্ভানৰ ক্ষেত্রতো দুয়োখন দেশ ণ্ডিয়া-কোৰিয়া ফিউচাৰ ষ্ট্ৰেটেজি গ্রুপআৰু ণ্ডিয়া-কোৰিয়া চেন্টাৰ ফৰ ৰিছার্চ এণ্ড ইনোভেশ্যন কো-অপাৰে্যন প্রতিষ্ঠাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছে

বন্ধুসকল,

মি আমাৰ দেশৰ নাগৰিসকলৰ স্বপ্ন বাস্তৱায়িত কৰিবলৈ দক্ষিণ কোৰিয়াৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহী। দুয়োখন দেশৰ বাণিজ্যিক নেতৃবৃন্দ আমাৰ এই স্বপ্ন নিজৰ মাজত যদিহে ভগাই নলয় তেন্তে আমাৰ দুয়োখন দেশৰেই ৰকা প্রচেষ্টা পূর্ণ ৰূপায়ণ অসম্ভৱ হৈ ৰৈ যাব। মই মোৰ বক্তব্য কোৰিয়াৰ ভাষাতেই শেষ কৰিবলৈ বিচাৰিছো -

হুনজা খাময়োন পল্লী খাজীমন

হমকে খাময়োন মল্লী খম্নিদা

অর্থাৎ, তুমি যদি খৰকৈ যোৱা তেন্তে তুমি অকলেই যোৱা, আৰু তুমি যদি বহুদূৰলৈ যাবলৈ বিচাৰিছা তেন্তে একেলগ হৈ যোৱা।

ধন্যবাদ।

আপোনালোক সকলোকে অশেষ ধন্যবাদ।

 



*****

AKT/SH/SBP/RD



(Release ID: 1566101) Visitor Counter : 102