কেবিনেট

দাৰ্জিলং, কালিমপং, জলপাইগুৰি আৰু কোচবিহাৰ-এই চাৰিখন জিলাক সামৰি জলপাইগুৰি এলেকাত কলকাতা উচ্চ ন্যায়ালয়ৰ এক চাৰ্কিট বেঞ্চ স্থাপনত কেবিনেটৰ অনুমোদন

Posted On: 06 FEB 2019 9:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত জলপাইগুৰি এলেকাত কলকাতা উচ্চ ন্যায়ালয়ৰ এক চাৰ্কিট বেঞ্চ স্থাপনত অনুমোদন জনাইছে৷ দাৰ্জিলং, কালিমপং, জলপাইগুৰি আৰু কোচবিহাৰ-এই চাৰিখন জিলাক সামৰি চাৰ্কিট বেঞ্চ গঠন কৰা ব৷

এয়া ১৯৮৮ চনত কলকাতা উচ্চ ন্যায়ালয়ৰ পূৰ্ণাংগ আদালত বৈঠকৰ সিদ্ধান্ত, ১৬-০৬-২০০৬ৰ কেবিনেট বৈঠকত সিদ্ধান্তৰ ভিত্তিত গ্ৰহণ কৰা এক সিদ্ধান্ত, ত জলপাইগুৰিত কলকাতা উচ্চ ন্যায়ালয়ৰ এক চাৰ্কিট বেঞ্চ স্থাপনত অনুমোদন জনাইছিল৷ ইফালে, আন্তঃগাঁথনিমূলক ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ অৰ্থে কলকাতা উচ্চ ন্যায়াধীশৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত এটা দলে জলপাইগুৰি চাৰ্কিট বেঞ্চ স্থাপনৰ প্ৰস্তাৱিত এলেকা পৰিদৰ্শন কৰে৷

AKT/SNC/SH/DB



(Release ID: 1563258) Visitor Counter : 64