প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পূণ্য তিথিত মহাত্মা গান্ধীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

পোষ্ট কৰা হৈছে: 30 JAN 2019 12:41PM by PIB Guwahati

পূণ্য তিথি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনায়৷

পূণ্য তিথি উপলক্ষে পূজ্য বাপুলৈ শত কোটি প্ৰণাম জনাইছো৷

পূণ্য তিনিত বাপুক স্মৰণ কৰিছো৷ তেওঁ দেখুওৱা পথত আমি আগুৱাই যোৱাৰ লগতে তেওঁৰ মূল্যবোধক পালন কৰিম বুলি পুনৰবাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছো৷প্ৰধানমন্ত্ৰীয়ে কয়৷

*****

AKT/KP/DB


(ৰিলিজ আই ডি : 1562363) অতিথি কক্ষ : 117