প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতত উদযাপিত বিভিন্ন উৎসৱ উপলক্ষে ৰাষ্ট্ৰবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 14 JAN 2019 1:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত উদযাপিত উৎসৱ উপলক্ষে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

‘‘সকলোলৈ মকৰ সংক্ৰান্তিৰ শুভেচ্ছা থাকিল!

পোংগল উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছো!

মাঘ বিহু উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছো

উত্তৰায়ণৰ শুভেচ্ছা থাকিল৷

অনাগত সময়ত আপোনালোক সফলতাৰ নতুন উচ্চতাত আৰোহণ কৰক এই কামনাৰে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

 

*****

AKT/KP/MANN



(Release ID: 1559955) Visitor Counter : 58