প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাণী লক্ষ্মীবাইৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

Posted On: 19 NOV 2018 10:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাণী লক্ষ্ণীবাইৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷

‘‘ৰাণী লক্ষ্ণীবাই প্ৰত্যেকজন ভাৰতীয়ৰে প্ৰেৰণাৰ উৎস৷ বিপদৰ সময়ত তেওঁৰ দৃঢ়তা আৰু ঔপনিৱেকতাৰ বিৰু্দ্ধে তেওঁৰ অবিচলিত শক্তি কেতিয়াও পাহৰিব নোৱাৰি৷ তেওঁৰ মহানতাই ভাৰতক স্বাধীনতা প্ৰদান কৰিছিল৷ ৰাণী লক্ষ্মীবাইৰ জয়ন্তীত তেওঁৰ শ্ৰদ্ধাৰে সোঁৱৰিছো’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷  

***

AKT/SH/MANN



(Release ID: 1553860) Visitor Counter : 72