কেবিনেট
অন্ধ্ৰপ্ৰদেশত কেন্দ্রীয় জনজাতি বিশ্ববিদ্যালয় স্থাপনৰ বাবে কেন্দ্রীয় বিশ্ববিদ্যালয় আইন, ২০০৯ৰ সংশোধনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
08 NOV 2018 8:35PM by PIB Guwahati
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আজি অন্ধ্ৰপ্ৰদেশত এখন কেন্দ্রীয় বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়৷ অন্ধ্ৰপ্ৰদেশ পুনৰগঠন আইন, ২০১৪ৰ ত্ৰয়োদশ অনুসূচীৰ অধীনত ভিজিয়ানা জিলাৰ ৰেল্লী গাঁৱত এই কেন্দ্রীয় জনজাতি বিশ্ববিদ্যালয়খনি স্থাপন কৰা হ’ব। এই জনজাতি বিশ্ববিদ্যালয়খনি স্থাপনৰ বাবে প্ৰথম পর্যায়ত ৪২০ কোটি টকাৰ পূঁজিতো কেবিনেটে অনুমোদন জনায়৷
*****
AKT/NW/SH/DB
(ৰিলিজ আই ডি : 1552411)
অতিথি কক্ষ : 100