প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্মাষ্টমী উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 03 SEP 2018 9:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মাষ্টমী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পবিত্ৰ ক্ষণত সকলোকে আন্তৰিক শুভকামনা জনালো। জয় শ্ৰীকৃষ্ণ!”

*****

AKT/KP/DB


(रिलीज़ आईडी: 1545088) आगंतुक पटल : 111
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam