প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ ভাৰতৰ বালিৰ ধুমুহাত আক্ৰান্ত লোকসকলৰ বাবে পিএমএনআৰএফৰ পৰা অনুদানৰ বাবে প্ৰধানমন্ত্ৰীৰ ঘোষণা

प्रविष्टि तिथि: 04 MAY 2018 7:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ মে’ ২০১৮ তাৰিখে উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত হোৱা ধুলিৰ ধুমুহাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰত্যেককে ২ লাখ টকাৰ অনুদান প্ৰদান কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷

তাৰোপৰি ধুমুহাত গুৰুতৰভাৱে আক্ৰান্ত লোকসকলৰ বাবে প্ৰত্যেককে ৫০,০০০ টকাৰ অনুদান প্ৰদান কৰাৰ বাবেও প্ৰধানমন্ত্ৰীয়ে অনুমোদন প্ৰদান কৰিছে৷

***

AKT/SH/MANN


(रिलीज़ आईडी: 1531546) आगंतुक पटल : 78
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , Bengali , Gujarati , Tamil , Telugu , Kannada