প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলীত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

পোষ্ট কৰা হৈছে: 24 NOV 2026 8:40AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলীৰ শুভ উপলক্ষত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছে;


“आप सभी को कार्तिक पूर्णिमा और देव दीपावली की हार्दिक शुभकामनाएं। इस पावन पर्व में सेवा के माध्यम से परोपकार का संदेश निहित है। पवित्र स्नान, दान-पुण्य और दीपदान से समृद्ध यह परंपरा सभी के जीवन में श्रद्धा, आस्था और सकारात्मकता का संचार करे, यही मंगलकामना है।”

****

MJPS/SS/VJ/SS/MK


(ৰিলিজ আই ডি : 2340797) অতিথি কক্ষ : 7