পোষ্ট কৰা হৈছে:
23 NOV 2026 2:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমৃদ্ধি অক্ষুণ্ণ ৰখা অত্যাৱশ্যকীয় গুণসমূহৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ
धृतिर्दाक्ष्यं संयमो बुद्धिरग्र्या धैर्यं शौर्यं देशकालोऽप्रमादः।
स्वल्पस्य वा महतो वापि वृद्धौ धनस्यैतान्यष्ट समिन्धनानि।।
এই শ্লোকটোৰ জৰিয়তে কোৱা হৈছে যে দৃঢ়তা, দক্ষতা, আত্মসংযম, তীক্ষ্ণ বুদ্ধিমত্তা, সাহস, বীৰত্ব, সঠিক স্থান আৰু সময়ৰ প্ৰতি সজাগতা আৰু সতৰ্কতা- এই আঠটা কাৰকে সম্পদৰ বৃদ্ধিত অৰিহণা যোগায়, সেয়া ক্ষুদ্ৰই হওক বা বৃহৎ।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
धृतिर्दाक्ष्यं संयमो बुद्धिरग्र्या धैर्यं शौर्यं देशकालोऽप्रमादः।
स्वल्पस्य वा महतो वापि वृद्धौ धनस्यैतान्यष्ट समिन्धनानि।।
***
MJPS/SS/VJ/HS