পোষ্ট কৰা হৈছে:
10 NOV 2026 9:16AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শুভ নূতন বৰ্ষ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি এই নৱবৰ্ষই সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু কল্যাণৰ নতুন আশা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে সকলোৰে জীৱন সু-স্বাস্থ্য, উৎসাহ আৰু আনন্দৰে ভৰি থকাৰ কামনা কৰে।
এক্সত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ
"નૂતન વર્ષાભિનંદન…!!!
નવા વર્ષનો આ પાવન પ્રારંભ આપ સૌના જીવનમાં સુખ, શાંતિ, સમૃદ્ધિ અને સુખાકારીની નવી આશાઓ લઈને આવે. સૌનું જીવન ઉત્તમ આરોગ્ય, ઉમંગ અને ઉત્સાહથી છલકાતું રહે, એવી હૃદયપૂર્વક શુભકામનાઓ!"
****
MJPS/SS/PRK/NB