প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিজয়াদশমী উপলক্ষে প্ৰধানমন্ত্ৰীৰ সকলোকে শুভেচ্ছা জ্ঞাপন

পোষ্ট কৰা হৈছে: 20 OCT 2026 8:39AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজয়াদশমী উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে আনন্দ আৰু বিশ্বাসৰ এই পবিত্ৰ উৎসৱে সকলোৰে সংকল্পত নতুন শক্তি প্ৰদান কৰিব। শ্ৰী মোদীয়ে সকলোৰে বাবে সুখ, সৌভাগ্য আৰু সফলতাৰে সমৃদ্ধ জীৱন কামনা কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ

‘আপোনালোক সকলোকে বিজয়াদশমীৰ শুভেচ্ছা জনাইছো। আনন্দ আৰু বিশ্বাসৰ এই বিজয় উৎসৱে সকলোৰে সংকল্পক নতুন শক্তি প্ৰদান কৰক। সকলোৰে জীৱন সুখ, সৌভাগ্য আৰু সফলতাৰে সমৃদ্ধ হওক।’

***

MJPS/SS/PRK/MK


(ৰিলিজ আই ডি : 2325376) অতিথি কক্ষ : 7