প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰি উপলক্ষ্যে মা মহাগৌৰীৰ চৰণত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থনা
পোষ্ট কৰা হৈছে:
19 OCT 2026 8:43AM by PIB Guwahati
নৱৰাত্ৰি উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্যাগ আৰু তপস্যাৰ দেৱী মা মহাগৌৰীৰ চৰণত প্ৰাৰ্থনা জনায়।
দেৱীৰ আশীৰ্বাদত সকলোৰে ভৱিষ্যৎ উজ্জ্বল হোৱাৰ লগতে প্ৰতিগৰাকী ব্যক্তিয়ে জীৱনত যশ তথা কীৰ্তি লাভ কৰক বুলি প্ৰধানমন্ত্ৰীয়ে কামনা কৰে।
শ্ৰী মোদীয়ে সামাজিক মাধ্যম ‘এক্স’ত এনেদৰে লিখিছে—
“ত্যাগ আৰু তপস্যাৰ দেৱী মা মহাগৌৰীৰ আশীৰ্বাদত সকলোৰে ভৱিষ্যৎ উজ্জ্বল হওক। প্ৰতিগৰাকী ব্যক্তিয়ে জীৱনত যশ তথা কীৰ্তি লাভ কৰক, এয়াই মোৰ কামনা।”
***************
MJPS/SS/ST/DM
(ৰিলিজ আই ডি : 2325094)
অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam