প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰি উপলক্ষ্যে মা কালৰাত্ৰীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থনা
পোষ্ট কৰা হৈছে:
17 OCT 2026 9:10AM by PIB Guwahati
নৱৰাত্ৰি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মা কালৰাত্ৰীৰ ওচৰত প্ৰাৰ্থনা জনায়।দেৱীৰ আশীৰ্বাদত সকলোৰে জীৱন নতুন শক্তি আৰু নৱ উদ্যমেৰে আলোকিত হৈ উঠক বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থনা কৰে। লগতে দেৱীৰ ঐশ্বৰিক কৃপাত সকলোৰে জীৱনলৈ সমৃদ্ধি আহক বুলিও তেওঁ কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত কৰা এটা পোষ্টত কয়—
“নৱৰাত্ৰিৰ আজি মা কালৰাত্ৰীৰ বিশেষ পূজা-অৰ্চনাৰ দিন। তেওঁৰ আশীৰ্বাদত সকলোৰে জীৱন নতুন শক্তি আৰু নতুন আত্মবিশ্বাসেৰে আলোকিত হৈ উঠক। দেৱী মাতৃৰ ঐশ্বৰিক কৃপাত সকলোৰে জীৱন সমৃদ্ধিশালী হওক, এয়াই মোৰ প্ৰাৰ্থনা।”
**************
MJPS/SS/ST/DM
(ৰিলিজ আই ডি : 2324631)
অতিথি কক্ষ : 6