উপ-ৰাষ্ট্ৰপতি সচিবালয়
কাৰৱাৰত আই এন এছ সমৰ্থকৰ অন্তৰ্ভুক্তকৰণ অনুষ্ঠান তথা কোঝিকোডত নৱৰাত্ৰী সৰ্গোৎসৱ ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিয়ে
পোষ্ট কৰা হৈছে:
15 OCT 2026 4:25PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে ২০২৬ চনৰ ১৬ অক্টোবৰত কৰ্ণাটক আৰু কেৰলম ভ্ৰমণ কৰিব।এই ভ্ৰমণৰ সময়ত তেওঁ কৰ্ণাটকৰ কাৰৱাৰত ভাৰতীয় নৌসেনাৰ জাহাজ আই এন এছ সমৰ্থকৰ অন্তৰ্ভুক্তকৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
বিয়লিৰ ভাগলৈ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেৰলমৰ কোঝিকোডত নৱৰাত্ৰি সৰ্গোৎসৱ ২০২৬ উদ্বোধন কৰিব।
***
PR/ASM/VM/DD
(ৰিলিজ আই ডি : 2323943)
অতিথি কক্ষ : 8