প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱৰাত্ৰিৰ সময়ত মা স্কন্দমাতাক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 15 OCT 2026 10:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ সময়ত মাতৃসুলভ স্নেহ আৰু মমতাৰ দেৱী মা স্কন্দমাতাক প্ৰাৰ্থনা জনাইছে।

তেওঁৰ আশীৰ্বাদত প্ৰতিটো পৰিয়ালতে প্ৰেম আৰু সম্প্ৰীতি বিৰাজ কৰক বুলি প্ৰধানমন্ত্ৰীয়ে কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে-

নৱৰাত্ৰিৰ পঞ্চম দিনটো মা স্কন্দমাতাৰ পূজাৰ বাবে উৎসৰ্গিত। দেৱী মাৰ মমতা আৰু আশীৰ্বাদত প্ৰতিটো পৰিয়ালত সদায় স্নেহ আৰু সম্প্ৰীতি অটুট থাকক।"

 

*****

MJPS/SS/ST/HS


(ৰিলিজ আই ডি : 2323686) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Malayalam