ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

বিজয়ৱাড়াত অনুষ্ঠিত ৰাষ্ট্ৰীয় সৰস মেলাত ভাৰতৰ ৰাষ্ট্ৰপতি উপস্থিত থাকিব

পোষ্ট কৰা হৈছে: 13 OCT 2026 7:13PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ১৪ অক্টোবৰৰ পৰা ১৫ অক্টোবৰ ২০২৬ লৈ অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব।

১৫ অক্টোবৰ ২০২৬ত ৰাষ্ট্ৰপতিয়ে অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় আৰু অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় সৰস মেলাত অংশগ্ৰহণ কৰিব।

 

****

MJPS/SS/PRK/MK


(ৰিলিজ আই ডি : 2323033) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil , Malayalam