প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰিৰ প্ৰথম দিনটোত মা শৈলপুত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থনা
পোষ্ট কৰা হৈছে:
11 OCT 2026 9:47AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ আৰম্ভণিতে শান্তিৰ দেৱী মা শৈলপুত্ৰীক প্ৰাৰ্থনা কৰে।
মাৰ ঐশ্বৰিক আশীৰ্বাদে সকলোৰে হৃদয়লৈ ধৈৰ্য্য আৰু আত্মবিশ্বাসৰ পোহৰ কঢ়িয়াই অনাৰ আশা কৰাৰ লগতে তেওঁ সকলো নাগৰিকৰ সৈতে থকাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কামনা কৰে।
শ্ৰী মোদীয়ে এই উপলক্ষে দেৱীৰ প্ৰতি উৎসৰ্গিত এটা ভক্তিমূলক স্তুতিগীতো শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে লিখিছে;
‘নৱৰাত্ৰিৰ আৰম্ভণিতে শান্তিৰ দেৱী মা শৈলপুত্রীৰ ওচৰত প্ৰণিপাত কৰছো। তেওঁৰ ঐশ্বৰিক অনুগ্ৰহেৰে সকলোৰে মনত ধৈৰ্য্য আৰু আত্মবিশ্বাসৰ প্ৰদীপ প্রজ্বলিত হওক। মাৰ আশীৰ্বাদ সদায় দেশবাসীৰ সৈতে থাকক, এয়াই মোৰ কামনা।’
****
MJPS/SS/VJ/MK
(ৰিলিজ আই ডি : 2321942)
অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam