প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মনিপুৰৰ মুখ্যমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 10 OCT 2026 5:56PM by PIB Guwahati

মনিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী খেমচান্দ সিঙে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়ঃ

মনিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী @YKhemchandSingh-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।

***

MJPS/SS/VJ/DB


(ৰিলিজ আই ডি : 2321847) অতিথি কক্ষ : 11