প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত মহিলাৰ দলীয় গলফত ৰূপৰ পদক জয় কৰাৰ বাবে অদিতি অশোক, প্ৰণৱী শৰথ উৰ্ছ আৰু দীক্ষা ডাগাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
04 OCT 2026 9:53AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০২৬-ত মহিলাৰ গল্ফৰ দলীয় শিতানত ৰূপৰ পদক জয় কৰাৰ বাবে অদিতি অশোক, প্ৰণৱী শৰথ উৰ্ছ আৰু দীক্ষা ডাগাৰক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ সফলতাই ক্ৰীড়াৰ প্ৰতি তেওঁলোকৰ সংকল্প আৰু আৱেগক প্ৰকাশ কৰে।
শ্ৰী মোদীয়ে অদিতি অশোক, প্ৰণৱী শৰথ উৰ্ছ আৰু দীক্ষা ডাগাৰৰ এই সফলতাৰ ধাৰাবাহিকতা কামনা কৰে আৰু ভৱিষ্যতে তেওঁলোকে সফলতাৰ নতুন শিখৰত উপনীত হোৱাৰ বাবে কামনা কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৈছে;
‘এছিয়ান গেমছ ২০২৬ -ত মহিলাৰ গল্ফৰ দলীয় শিতানত ৰূপৰ পদক জয় কৰাৰ বাবে অদিতি অশোক, প্ৰণৱী শৰথ উৰ্ছ আৰু দীক্ষা ডাগাৰক অভিনন্দন। এই সফলতাই ক্ৰীড়াৰ প্ৰতি তেওঁলোকৰ সংকল্প আৰু আগ্ৰহ প্ৰতিফলিত কৰে। অনাগত সময়ত সফলতাৰ নতুন শিখৰত উপনীত হোৱাটো তেওঁলোকে অব্যাহত ৰাখক।
MJPS/SS/ST/MK
(ৰিলিজ আই ডি : 2318922)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam