গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত চৰকাৰে লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চলৰ সৈতে আলোচনা কৰি, ভাৰতীয় জৰীপ (এছঅ’আই)ৰ চৰকাৰী মানচিত্ৰত মানক স্থান আৰু বৈশিষ্ট্যযুক্ত নামৰ দ্বাৰা লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চলত অৱস্থিত ২৮ টা স্থান/ বৈশিষ্ট চিনাক্ত কৰিছে

পোষ্ট কৰা হৈছে: 02 OCT 2026 9:31AM by PIB Guwahati

ভাৰত চৰকাৰে, কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখৰ সৈতে আলোচনা কৰি, ভাৰতীয় জৰীপ (এছঅ’আই) ৰ চৰকাৰী মানচিত্ৰত মানক স্থান আৰু বৈশিষ্ট্যযুক্ত নামৰ দ্বাৰা লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চলত অৱস্থিত মুঠ ২৮ টা স্থান/বৈশিষ্ট্য চিনাক্ত কৰিছে। ভাৰতৰ জৰীপৰ মানচিত্ৰত তেওঁলোকক আনুষ্ঠানিকভাৱে চিনাক্ত কৰাৰ লক্ষ্য হৈছে তেওঁলোকৰ সঠিক স্বীকৃতি আৰু জনসাধাৰণৰ মাজত উন্নত সজাগতাৰ সুবিধা প্ৰদান কৰা ।

কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখক ভাৰতীয় জৰীপৰ মানচিত্ৰত এনেদৰে চিনাক্ত কৰা এই ২৮টা স্থান/বৈশিষ্ট্য তলত উল্লেখ কৰা ধৰণৰঃ

 

কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখ (২৮)

ক্ৰমিক নম্বৰ

নাম আৰু স্থান

বৈশিষ্ট্যৰ ধৰণ

১

আতিশা গিৰি

শৃংগ

২

ব্ৰাংচা

ভূমি অঞ্চল

৩

চাপচিঙ্গাল পাছ

পাছ

৪

কনিষ্ক শৃংগ

শৃংগ

৫

কৰুণ পীৰ

পৰ্বত

৬

কুকচেল

ভূমি অঞ্চল

৭

মাৰ্টেণ্ড গিৰি

শৃংগ

৮

পাৰপিক

হিমবাহ

৯

স্কামৰী হিমবাহ

হিমবাহ

১০

শ্বাচমিৰ্ক পাছ

পাছ

১১

শ্কৰোগা উপত্যকা

উপত্যকা

১২

জোৰাৱাৰ শৃংগ

শৃংগ

১৩

দেহৰা কম্পাচ

ভূমি অঞ্চল

১৪

ড্ৰেক কাৰ্পো

পৰ্বত

১৫

গোগ্ৰা

ভূমি অঞ্চল

১৬

জোলমোৰী

পৰ্বত

১৭

কুমাৰায়ণা পইণ্ট

ভূমি অঞ্চল

১৮

পাংলুং

ভূমি অঞ্চল

১৯

ৰিনচেন জাংপো

শৃংগ

২০

শাক্যশ্ৰী গিৰি

শৃংগ

২১

গুৰু ৰিনপোছে

হ্ৰদ

২২

শ্বামাল লুংপা

ভূমি অঞ্চল

২৩

য়াংপা নদী

নদী

২৪

উষ্ণ নিজৰা

জলাশয়

২৫

মাৰ্পা লোটছাভা ৰি

শৃংগ

২৬

মিলাৰেপা কাংৰী

শৃংগ

২৭

শিৱাৰি

শৃংগ

২৮

মহেশ্বৰা ৰি

শৃংগ

অতিৰিক্ত স্থান/বৈশিষ্ট্যৰ সৈতে লাডাখৰ মানচিত্ৰ ইয়াত চাব পাৰিব ।

RK / RR / PR / PS/MK


(ৰিলিজ আই ডি : 2318278) অতিথি কক্ষ : 7