প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ওড়িশাৰ ৰাজ্যপালে

পোষ্ট কৰা হৈছে: 01 OCT 2026 7:26PM by PIB Guwahati

ওড়িশাৰ ৰাজ্যপাল ড০ হৰি বাবু কাম্ভমপতিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্সৰ এটা  পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়—

“ওড়িশাৰ ৰাজ্যপাল ড০ হৰি বাবু কাম্ভমপতিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।”

@GovernorOdisha”

************

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2318058) অতিথি কক্ষ : 13