প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ দিল্লীৰ মুখ্যমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
29 SEP 2026 6:31PM by PIB Guwahati
দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়;
“দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী @gupta_rekhaই প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।
@CMODelhi”
*****************
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2316771)
অতিথি কক্ষ : 6