প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ ৰাজ্যপালৰ
পোষ্ট কৰা হৈছে:
29 SEP 2026 6:33PM by PIB Guwahati
ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ইন্দ্ৰসেনা ৰেড্ডী নাল্লুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়:
“ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ইন্দ্ৰসেনা ৰেড্ডী নাল্লুৱে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
@TripuraGovernor”
******************
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2316770)
অতিথি কক্ষ : 9