প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
26 SEP 2026 2:40PM by PIB Guwahati
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
‘উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী @myogiadityanath-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@CMOfficeUP’
****
MJPS/SS/PRK/MK
(ৰিলিজ আই ডি : 2315285)
অতিথি কক্ষ : 10