প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্কিটৰ মহিলাৰ দলগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা পৰিনাজ ধালিৱাল, মহেশ্বৰী চৌহান আৰু ৰাইজা ধীল্লনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
23 SEP 2026 12:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্কিটৰ মহিলা দলগত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা পৰিনাজ ধালিৱাল, মহেশ্বৰী চৌহান আৰু ৰাইজা ধীল্লনক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ মনোযোগ, নিখুঁত কৌশল আৰু দলীয় পাৰদৰ্শিতাই ভাৰতীয় ক্ৰীড়াৰ বাবে আন এক গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে। তদুপৰি তেওঁ অনাগত প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
‘মহিলাৰ স্কিটৰ দলগত শাখাত ব্ৰঞ্জৰ পদক জয় কৰা পৰিনাজ ধালিৱাল, মহেশ্বৰী চৌহান আৰু ৰাইজা ধীল্লনক অভিনন্দন জনাইছো।
তেওঁলোকৰ মনোযোগ, নিখুঁত কৌশল আৰু দলীয় পাৰদৰ্শিতাই ভাৰতীয় ক্ৰীড়াৰ বাবে আন এক গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে। অনাগত প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi’
****
MJPS/SS/PRK/HS
(ৰিলিজ আই ডি : 2313931)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam