প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্মদিনৰ শুভেচ্ছাৰ বাবে শ্ৰী এম ভেংকায়া নাইডুজীৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা

পোষ্ট কৰা হৈছে: 17 SEP 2026 10:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মদিনৰ শুভেচ্ছাৰ বাবে শ্ৰী এম ভেংকায়া নাইডুক ধন্যবাদ জনাইছে। শ্ৰী মোদীয়ে কয় যে এখন সমৃদ্ধিশালী ভাৰত নিৰ্মাণৰ যাত্ৰাই ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা, উদ্যম আৰু সামূহিক প্ৰচেষ্টাৰ পৰা শক্তি আহৰণ কৰে।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছেঃ

ভেংকায়া জী, আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে মই কৃতজ্ঞতা জনাইছো।

এখন সমৃদ্ধিশালী ভাৰত নিৰ্মাণৰ যাত্ৰাই ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা, উদ্যম আৰু সামূহিক প্ৰচেষ্টাৰ পৰা শক্তি আহৰণ কৰে।

@MVenkaiahNaidu

***

MJPS/SS/VJ/NB


(ৰিলিজ আই ডি : 2311868) অতিথি কক্ষ : 5