প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়া কাপ জয় কৰা ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 13 SEP 2026 8:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফাইনেলত ৪-১ ব্যৱধানত এছিয়া কাপ জয় কৰা ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলটোক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এই কৃতিত্বক উল্লেখযোগ্য বুলি বৰ্ণনা কৰি কয় যে এই সফলতাই যুৱ খেলুৱৈসকলৰ অপৰিসীম প্ৰতিভা প্ৰতিফলিত কৰিছে।

শ্ৰী মোদীয়ে দলটোক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘ফাইনেলত ৪-১ ব্যৱধানত জয়লাভেৰে এছিয়া কাপ হস্তগত কৰাৰ বাবে আমাৰ জুনিয়ৰ পুৰুষ হকী দলটোক অভিনন্দন জনাইছো। এয়া সঁচাকৈয়ে এক উল্লেখযোগ্য সাফল্য।

এই কৃতিত্বই আমাৰ যুৱ খেলুৱৈসকলৰ অপৰিসীম প্ৰতিভাক প্ৰতিফলিত কৰিছে। দলটোৰ সকলোলৈ শুভেচ্ছা জনাইছো।’

 

*********

MJPS/SS/ST/NB


(ৰিলিজ আই ডি : 2309980) অতিথি কক্ষ : 7