প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বদোদৰাৰ এক কাৰ্যসূচীত মূল প্ৰকল্পসমূহ আৰম্ভ কৰাৰ সময়ত আগবঢ়োৱা ভাষণৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 08 SEP 2026 5:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী  শ্ৰী নৰেন্দ্ৰ মোদীয়ে বদোদৰাৰ এক কাৰ্যসূচীত মূল প্ৰকল্পসমূহ আৰম্ভ কৰাৰ সময়ত দিয়া তেওঁৰ ভাষণৰ আভাস দাঙি ধৰে।

 এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়;

“২,৮০০+ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডেডিকেটেড ফ্ৰেইট কৰিডৰ এতিয়া সম্পূৰ্ণ হৈছে।

গতি শক্তি আৰু ভাৰতৰ লজিষ্টিক ৰূপান্তৰৰ বাবে এয়া এক ডাঙৰ মাইলৰ খুঁটি।”

 

 

“ভাৰতে নিৰ্মাণ কৰি আছে:

 

চিপছৰ পৰা জাহাজলৈ ... ঘৰতে সম্পূৰ্ণ কৰিছে মূল্য শৃংখল।

সৌৰৰ পৰা পাৰমাণৱিক... এআই, ডাটা চেণ্টাৰ আৰু ভৱিষ্যতৰ উদ্যোগৰ বাবে শক্তি পৰিৱেশতন্ত্ৰ।”

**********

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2307964) অতিথি কক্ষ : 11