প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ৭.৮% জিপিডি বিকাশৰ হাৰ অৰ্জন কৰাৰ বাবে দেশবাসীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ; অৰ্থনৈতিক আত্মবিশ্বাস বৃদ্ধিৰ সন্দৰ্ভত আলোকপাত
পোষ্ট কৰা হৈছে:
01 SEP 2026 12:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ৭.৮% মুঠ ঘৰুৱা উৎপাদন বিকাশৰ হাৰ অৰ্জন কৰাৰ বাবে দেশবাসীক অভিনন্দন জনায়। এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে শক্তিশালী অৰ্থনৈতিক পৰিসংখ্যাসমূহ দাঙি ধৰাৰ লগতে এই পৰিসংখ্যাই দেশৰ অৰ্থনৈতিক আত্মবিশ্বাস দ্ৰুতগতিত বৃদ্ধি পোৱাটোকে প্ৰতিফলিত কৰিছে বুলি গুৰুত্ব আৰোপ কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:
"৭.৮% বিকাশ।
শক্তিশালী পৰিসংখ্যা।
তাতোকৈ শক্তিশালী আত্মবিশ্বাস।"
***
MJPS/SS/PRK/DB
(ৰিলিজ আই ডি : 2305370)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
Malayalam
,
Marathi
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Nepali
,
Manipuri
,
Gujarati
,
Kannada