প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইতিবাচক চিন্তা আৰু গঠনমূলক অভ্যাসৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
31 AUG 2026 3:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইতিবাচক চিন্তা আৰু গঠনমূলক অভ্যাস গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে। এই হিতোপদেশে নিৰন্তৰ মনোযোগ আৰু বাৰে বাৰে কৰা অনুশীলনে মনৰ প্ৰৱণতাসমূহ গঠন কৰাৰ লগতে কৰ্ম আৰু আচৰণক প্ৰভাৱিত কৰা সন্দৰ্ভত আমাক সোঁৱৰাই দিয়েঃ
‘यद् यदेव प्रसक्तं हि वितर्कयति मानवः।
अभ्यासात् तेन तेनास्य नतिर्भवति चेतसः।।’
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
यद् यदेव प्रसक्तं हि वितर्कयति मानवः।
अभ्यासात् तेन तेनास्य नतिर्भवति चेतसः।।
***
MJPS/SS/VJ/DD
(ৰিলিজ আই ডি : 2304942)
অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada