প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ মিলাদ-উন-নবী উপলক্ষে শুভেচ্ছা জ্ঞাপন
পোষ্ট কৰা হৈছে:
26 AUG 2026 10:01AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাদ-উন-নবী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে।
শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই উপলক্ষ্যই জনসাধাৰণৰ একতাৰ মনোভাৱ অধিক শক্তিশালী কৰিব আৰু চাৰিওফালে আনন্দ বিয়পাই তুলিব। তেওঁ লগতে কামনা কৰে যে দয়া আৰু সমাজক ঘূৰাই দিয়াৰ মনোভাৱে সদায় সকলোকে পথ প্ৰদৰ্শন কৰি থাকিব।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
ঈদ মুবাৰক!
মিলাদ-উন-নবীৰ শুভেচ্ছা জনালোঁ। মই আশা কৰিছো যে এই উপলক্ষ্যই আমাৰ চাৰিওফালে একতা আৰু আনন্দ বৃদ্ধি কৰিব। দয়া আৰু সমাজক ঘূৰাই দিয়াৰ মনোভাৱে আমাক সদায় পথ প্ৰদৰ্শন কৰক।
***
MJPS/SS/VJ/MK
(ৰিলিজ আই ডি : 2303473)
অতিথি কক্ষ : 6