প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় মহাকাশ দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 23 AUG 2026 10:50AM by PIB Guwahati

ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ডাঙৰ সপোন দেখা, অধিক উদ্ভাৱন কৰা আৰু নতুন সীমাত উপনীত হোৱাৰো আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে;

 “ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ শুভেচ্ছ জনালোঁ!

আৰু ডাঙৰ সপোন দেখক, অধিক উদ্ভাৱন কৰক আৰু নতুন সীমাত উপনীত হ’বলৈ অগ্ৰসৰ হওক...।”

***

 

MJPS/SS/ST/KD


(रिलीज़ आईडी: 2302463) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam