প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া তেওঁৰ ভাষণৰ আভাস দাঙি ধৰে

प्रविष्टि तिथि: 15 AUG 2026 4:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া ভাষণৰ আভাস দাঙি ধৰি ২০৪৭ চনৰ ভিতৰত ভাৰত বিকশিত ভাৰত হোৱাৰ যাত্ৰাৰ বিষয়ত  আলোকপাত কৰে। যুৱ সবলীকৰণ, মহিলা নেতৃত্বাধীন উন্নয়ন আৰু বিকশিত  ভাৰত গঢ়ি তুলিবলৈ প্ৰয়োজনীয় সামূহিক সংকল্পৰ। দেশৰ  বহুমুখী বৃদ্ধিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি তেওঁ উল্লেখ কৰে যে সপ্তধাৰাৰ শক্তিশালী কাঠামোৰ জৰিয়তে দেশখনে নতুন গতি লাভ কৰিবলৈ আৰু অধিক উচ্চতাত উপনীত হ’বলৈ সাজু হৈছে।

এক্সত দিয়া ধাৰাবাহিক পোষ্টত প্ৰধানমন্ত্ৰীয়ে এনেদৰে উল্লেখ কৰিছে:

"লালকিল্লাত স্মৰণীয় স্বাধীনতা দিৱস! এই দিনটোৱে আমাক স্বাধীনতা প্ৰদান কৰাসকলৰ সাহস আৰু ত্যাগৰ কথা সোঁৱৰাই দিয়ে। একে সময়তে বিকশিত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি নবীকৰণ কৰাৰ দিন। প্ৰতিটো প্ৰত্যাহ্বানৰ উৰ্ধলৈ উঠি, ঐক্যৰ বান্ধোন মজবুত কৰি দেশৰ  প্ৰতি নিজকে উৎসৰ্গা কৰিবলৈ ত্ৰিৰংগাই আমাক সদায় অনুপ্ৰাণিত কৰক।"

 

A memorable Independence Day at the Red Fort! This day reminds us of the courage and sacrifice of those who gave us freedom. At the same time, it is a day to renew our commitment to building a Viksit Bharat.

May the Tricolour always inspire us to rise above every challenge,…
pic.twitter.com/GMNW6nc1YD

— Narendra Modi (@narendramodi) August 15, 2026

 

" "স্বাধীনতা দিৱস উদযাপনৰ সময়ত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া ভাষণৰ  আৰু কিছু আভাস দাঙি ধৰা হল হ'ল।"

 

Here are some more glimpses from the ramparts of the Red Fort during the Independence Day celebrations. pic.twitter.com/BvAN4QfvLj

— Narendra Modi (@narendramodi) August 15, 2026

 

"আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে...২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত হোৱা। যোৱা ১২ বছৰত ভাৰতৰ অগ্ৰগতিৰ গতি আৰু পৰিসৰ অভূতপূৰ্ব। আজি ভাৰতে নৱীকৃত আত্মবিশ্বাস আৰু দৃঢ়তাৰে আগবাঢ়িছে। বিশ্বয়ো  ভাৰতৰ গতিৰ সাক্ষী হৈছে।"

 

Our goal is set…to become a Viksit Bharat by 2047.

Over the last 12 years, the pace and scale of India’s progress have been unprecedented. Today, India is progressing with renewed confidence and determination. The world is also witnessing India’s momentum.
pic.twitter.com/3OLVOJoVgd

— Narendra Modi (@narendramodi) August 15, 2026

 

"এখন  বিকশিত ভাৰত আত্মনিৰ্ভৰ ভাৰত হ'ব লাগিব। নিজৰ সামৰ্থ্য গঢ়ি তোলাৰ পৰাই স্থায়ী শক্তি আহে। এয়াই  হৈছে 'মেক ইন ইণ্ডিয়া' আৰু ভ'কেল ফৰ লোকেলৰ আঁৰৰ দৃঢ় বিশ্বাস। পৰিৱৰ্তন ইতিমধ্যে দেখা গৈছে। ভাৰতে এটা সম্পূৰ্ণ অৰ্ধপৰিবাহী নিৰ্মাণ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে। অৰ্ধপৰিবাহী উদ্যোগ আৰম্ভ হৈছে, চিপৰ ৰপ্তানি আৰম্ভ হৈছে আৰু অনাগত বছৰবোৰত অধিক উদ্যোগত উৎপাদন কৰাৰ আশা কৰা হৈছে। লগতে জটিল খনিজ পদাৰ্থত আমাৰ সামৰ্থ্য শক্তিশালী কৰা হৈছে।"

 

A Viksit Bharat must also be an Aatmanirbhar Bharat.

Lasting strength comes from building our own capabilities. This is the conviction behind ‘Make in India’ and Vocal for Local.

The transformation is already visible. India is developing an entire semiconductor manufacturing…
pic.twitter.com/UhOh8dcjQ1

— Narendra Modi (@narendramodi) August 15, 2026

 

"‘নো গ’ৰ পৰা ‘গ’ এহেড’লৈ..."

 

From ‘No Go’ to ‘Go Ahead’… pic.twitter.com/eSmT4JRwha

— Narendra Modi (@narendramodi) August 15, 2026

 

 

"সশস্ত্ৰ নক্সালসকল নোহোৱা হ'ব পাৰে, কিন্তু 'বৌদ্ধিক নক্সাল'সকলে সমাজখনক ভুল পথলৈ টানি নিবলৈ বিভিন্ন কৌশল ব্যৱহাৰ কৰিছে। আমি তেওঁলোকক চিনাক্ত আৰু পৃথক কৰিব লাগিব, একে সময়তে দেশৰ যুৱক-যুৱতীসকলক এখন উন্নত দেশ  গঢ়ি তোলাৰ মূলসুঁতিৰ প্ৰচেষ্টাত একত্ৰিত কৰিব লাগিব।"

 

 

हथियारी नक्सल तो गए, लेकिन दिमागी नक्सल समाज को गलत राह पर घसीटने के लिए भांति-भांति के दांव आजमा रहे हैं। इन्हें पहचानकर आइसोलेट करने के साथ ही देश की युवा पीढ़ी को विकसित राष्ट्र बनाने की मुख्यधारा से जोड़ना होगा। pic.twitter.com/C8ynOwYHoy

— Narendra Modi (@narendramodi) August 15, 2026

 

দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহে যাতে কোচিং ক্লাছৰ আৰ্থিক বোজাৰ সন্মুখীন নহয় তাৰ বাবে আমি যুৱক-যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ বাবে বিনামূলীয়া অনলাইন কোচিং প্ৰদান কৰাৰ সিদ্ধান্ত লৈছো। আমি এই ক্ষেত্ৰত এক শক্তিশালী নেটৱৰ্ক স্থাপন কৰিবলৈ ওলাইছো।

 

गरीब और मिडिल क्लास परिवारों पर कोचिंग क्लासेज का आर्थिक बोझ ना आए, इसलिए हमने युवाओं के लिए विभिन्न परीक्षाओं की फ्री ऑनलाइन कोचिंग का निर्णय लिया है। इस दिशा में हम एक मजबूत नेटवर्क भी खड़ा करने वाले हैं। pic.twitter.com/3PIfQpJhYA

— Narendra Modi (@narendramodi) August 15, 2026

 

" ২০৩৬ চনৰ অলিম্পিকৰ বিষয়ত  চকু ৰাখি সমগ্ৰ দেশতে গ্ৰাম্য আৰু চহৰ উভয় অঞ্চলকে সামৰি এক বৃহৎ প্ৰতিভা সন্ধানী অভিযান আৰম্ভ কৰা হ’ব। এই পদক্ষেপৰ অধীনত ৫ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ ক্ৰীড়া প্ৰতিভাক বিশেষ প্ৰশিক্ষণৰ জৰিয়তে নিখুঁত কৰি তোলা হ’ব।

 

2036 के ओलंपिक को देखते हुए देश के गांवों से लेकर शहरों तक टैलेंट हंट का एक बड़ा अभियान चलाया जाएगा। इसके तहत 5 से 15 साल के बच्चों की खेल प्रतिभा को स्पेशल ट्रेनिंग से निखारा जाएगा। pic.twitter.com/aeLLaWrkoC

— Narendra Modi (@narendramodi) August 15, 2026

 

"ভাৰতৰ প্ৰকৃত শক্তি সংকটৰ সময়ত পৰীক্ষা কৰা হৈছে। ক'ভিড-১৯ মহামাৰীৰ পৰা আৰম্ভ কৰি ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিলৈকে ভাৰতকলৈ   বহু আশংকা আছিল। কিন্তু, যোৱা দশকত ভাৰতে গঢ়ি তোলা সামৰ্থ্যই আমাক এই সকলোবোৰ আশংকা ভুল বুলি প্ৰমাণ কৰাত সহায় কৰিলে।আমি সদায় দৰিদ্ৰ পৰিয়াল আৰু কৃষকসকলক যিকোনো ধৰণৰ চাপৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰি আহিছো। আমাৰ প্ৰস্তুতিয়ে আমাৰ অনিশ্চিত পৃথিৱীৰ সন্মুখীন হোৱাৰ ক্ষমতাক শক্তিশালী কৰিছে।"

"

 

India’s true strength has been tested in times of crisis.

From the COVID-19 pandemic to the situation in Ukraine and West Asia, there were many fears with regard to India. But, the capabilities India built over the last decade helped us prove all these apprehensions wrong.

We…
pic.twitter.com/pCJbtE4fC8

— Narendra Modi (@narendramodi) August 15, 2026

 

"আজি ভাৰতৰ হাতত আছে সুস্থিৰ ৰাজনৈতিক আদেশ, সুস্থিৰ চৰকাৰ, সজীৱ গণতন্ত্ৰ, শক্তিশালী ন্যায়িক ব্যৱস্থা আৰু আমাক সকলোকে পথ প্ৰদৰ্শন কৰা সংবিধান। সেইবাবেই সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান দ্ৰুতগতিত বৃদ্ধি পাইছে।"

 

आज भारत के पास स्थिर Political Mandate, स्थिर सरकार, वाइब्रेंट लोकतंत्र, मजबूत न्याय तंत्र और हम सबको दिशा देने वाला संविधान है। इसीलिए दुनियाभर में आज भारत का सम्मान तेजी से बढ़ रहा है। pic.twitter.com/4D3H3tFYOO

— Narendra Modi (@narendramodi) August 15, 2026

 

"দেশখনে নতুন গতি লাভ কৰিবলৈ সাজু হৈছে আৰু এই সাতটা শক্তিৰ ধাৰাৰে নতুন উচ্চতাত উপনীত হ'বলৈ সাজু হৈছে:

 

উৎপাদন শক্তি

কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণ

প্ৰযুক্তি আৰু উদ্ভাৱন

গতি শক্তি

প্ৰতিৰক্ষা শক্তি

সেউজ অৰ্থনীতি আৰু নীলা অৰ্থনীতি

কোমল শক্তি"

 

देश को शक्ति की इस सप्तधारा से नई गति और नई ऊंचाई मिलने वाली है:

1. मैन्युफैक्चरिंग पावर

2. कृषि और फूड प्रोसेसिंग

3. टेक्नोलॉजी और इनोवेशन

4. गतिशक्ति

5. रक्षा शक्ति

6. ग्रीन इकोनॉमी और ब्लू इकोनॉमी

7. सॉफ्ट पावर
pic.twitter.com/M5gUEd728u

— Narendra Modi (@narendramodi) August 15, 2026

 

দেশৰ  মহিলাসকলক শ্ৰদ্ধা  জনোৱাৰ সময়তে মই পুনৰবাৰ সকলো ৰাজনৈতিক দলকে আগবাঢ়ি আহি মহিলা সংৰক্ষণৰ আগতীয়া ৰূপায়ণ নিশ্চিত কৰিবলৈ আহ্বান জনাইছো।’

 

आएं। pic.twitter.com/mCdZqScir6

— Narendra Modi (@narendramodi) August 15, 2026

 

"দেশৰ প্ৰথম ডিজিটেল লোকপিয়ল সন্দৰ্ভত মোৰ সকলো  নাগৰিক, বিশেষকৈ যুৱক-যুৱতীসকলৰ প্ৰতি এক বিনম্ৰ অনুৰোধ..."

देश की पहली डिजिटल जनगणना को लेकर सभी देशवासियों, विशेषकर युवा साथियों से मेरा यह विनम्र आग्रह… pic.twitter.com/cPbtVztxCt

— Narendra Modi (@narendramodi) August 15, 2026

 

"সময় আমাৰ, সুযোগ আমাৰ, সংকল্প আমাৰ... আহক, আমি একেলগে এখন বিকশিত ভাৰত গঢ়ি তোলোঁ।"

 

समय हमारा है,
अवसर हमारा है,
संकल्प हमारा है…
आओ, मिलकर विकसित भारत बनाएं। pic.twitter.com/aGjwyOrlNd

— Narendra Modi (@narendramodi) August 15, 2026

****

MJPS/SS/PRK/DM


(रिलीज़ आईडी: 2300022) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Punjabi , Gujarati , Odia , Tamil , Telugu