প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দৃষ্টিভংগী, চিন্তা, শব্দ আৰু কৰ্মৰ জৰিয়তে হৃদয় জয় কৰাৰ শক্তিত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ
प्रविष्टि तिथि:
12 AUG 2026 8:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দৃষ্টিভংগী, চিন্তা, শব্দ আৰু কৰ্মৰ জৰিয়তে হৃদয় জয় কৰাৰ শক্তিক আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘আমাৰ যুৱ বন্ধুসকল কেৱল দেশৰ ভৱিষ্যতেই নহয়, তেওঁলোক বৰ্তমানৰ সৰ্ববৃহৎ শক্তিও। তেওঁলোকে নিজৰ সংবেদনশীলতা, সেৱাৰ বোধ আৰু শক্তিৰ দ্বাৰা বিশ্বত নিজৰ বিশেষ পৰিচয় দাঙি ধৰিছে।
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।
प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति।।’
যিজন ব্যক্তিয়ে নিজৰ দৃষ্টিভংগী, চিন্তা, কথা আৰু কৰ্মৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰে, তেওঁ ইয়াৰ বিনিময়ত সেইসকল লোকৰ বিশ্বাস, সন্মান আৰু সদিচ্ছা অৰ্জন কৰে।
***
MJPS/SS/PRK/NB
(रिलीज़ आईडी: 2298057)
आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam