গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

চি এ পি এফ-ৰ বাবে প্ৰশিক্ষণ প্ৰতিষ্ঠান

प्रविष्टि तिथि: 11 AUG 2026 4:07PM by PIB Guwahati

সমগ্ৰ দেশতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চি এ পি এফ) মুঠ ৮৩ টা প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা হৈছে।

প্ৰয়োজনৰ ভিত্তিত প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ সম্প্ৰসাৰণ, আধুনিকীকৰণ আৰু উন্নয়ন কৰা হৈছে। ইয়াৰ উপৰি, সময়ে সময়ে চি এ পি এফ-ত প্ৰশিক্ষণ প্ৰদানৰ বাবে মটৰ বাহন, কাৰিকৰী সঁজুলি ক্ৰয় আৰু মানৱশক্তি সৃষ্টি কৰা হৈছে।

ছত্তীশগড়ৰ বিজাপুৰ জিলাত চেণ্ট্ৰেল জঙ্গল ৱাৰফেয়াৰ কলেজ (চিআৰপিএফ) আৰু বিহাৰৰ কিষাণগঞ্জ জিলাত আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰ (চিআইএছএফ) স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰে।

*****

RK/RR/PR/PS/SC/MK


(रिलीज़ आईडी: 2297940) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Tamil