পোষ্ট কৰা হৈছে:
03 AUG 2026 1:09PM by PIB Guwahati
ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী সন্তোষ গাংৱাৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;
“ঝাৰখণ্ডৰ ৰাজ্যপাল, শ্ৰী@santoshgangwar এ প্ৰধানমন্ত্ৰী @narendramodi সাক্ষাৎ কৰে।
@jhar_governor”
***
MJPS/SS/ST/HS