প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহান বিপ্লৱী মংগল পাণ্ডেজীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 19 JUL 2026 10:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান বিপ্লৱী মংগল পাণ্ডেজীৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ সাহসী জীৱনে আজিও প্ৰতিজন ভাৰতীয়ক গৌৰৱেৰে ভৰাই ৰাখিছে আৰু তেওঁৰ বীৰত্বৰ কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰে;

মহান বিপ্লৱী মংগল পাণ্ডেজীক তেওঁৰ জন্ম বাৰ্ষিকীত শত শতবাৰ প্ৰণিপাত জনাইছো। মাতৃভূমিৰ স্বাভিমান আৰু সন্মান ৰক্ষাৰ বাবে তেওঁ সকলো ত্যাগ কৰিছিল। তেওঁৰ সাহসী জীৱনে আজিও প্ৰতিজন ভাৰতীয়ক গৌৰৱেৰে ভৰাই তোলে। দেশপ্ৰেমেৰে পৰিপূৰ্ণ তেওঁৰ শৌৰ্যৰ কাহিনীয়ে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

*********

 

MJPS/SS/VJ/KD


(रिलीज़ आईडी: 2286255) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Gujarati , Odia , Tamil , Telugu , Malayalam