গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কাটাৰৰ ফাডাৰ আমিৰ শ্বেইখ হামাদ বিন খালিফা আল থানিৰ মৃত্যুত শ্ৰদ্ধা প্ৰদৰ্শনৰ উদ্দেশ্যে এদিনীয়া ৰাজ্যিক শোক প্ৰকাশ

प्रविष्टि तिथि: 12 JUL 2026 10:39PM by PIB Guwahati

কাটাৰৰ ফাডাৰ আমিৰ শ্বেখ হামাদ বিন খালিফা আল থানিৰ ১২.০৭.২০২৬ ত দেহাৱসান ঘটে। প্ৰয়াত আমিৰ গৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ভাৰত চৰকাৰে সমগ্ৰ ভাৰতত ১৩.০৭.২০২৬ (সোমবাৰ) এ এদিনীয়া ৰাজ্যিক শোক পালন কৰাৰ সিদ্ধান্ত লৈছে।

শোক পালনৰ দিনা সমগ্ৰ ভাৰতৰে ৰাষ্ট্ৰীয় পতাকা নিয়মীয়াকৈ উৰুৱা অট্টালিকাসমূহত পতাকা অৰ্ধনমিত কৰাৰ লগতে এই দিনটোত কোনো চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠান আয়োজিত নহ'ব।

*****

RK / RR / PR / PS/DD


(रिलीज़ आईडी: 2284025) आगंतुक पटल : 31
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Bengali , Punjabi , Gujarati